
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সুকীয়া বৈঠক
বিয়লি ৭ লোককল্যাণ মাৰ্গৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত বৈঠক
বৈঠকত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, NSA অজিত ডোভাল
উপস্থিত বিদেশমন্ত্ৰী এছ জয়শংকৰ, চীফ অফ আৰ্মী ষ্টাফ অনিল চৌহান
বৈঠকত স্থলসেনা-বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীৰো অংশগ্ৰহণ
বৈঠকত জম্মু-কাশ্মীৰৰ নিৰাপত্তা-পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা
গৃহ মন্ত্ৰণালয়ত অমিত শ্বাহৰ অধ্যক্ষতাত দ্বিতীয়খন বৈঠক
Category
- Log in to post comments