শিলচৰৰ অসম বিশ্ববিদ্যালয়ত নাই ব’হাগ বিহুৰ বন্ধ

bihu

 

অসম আন্দোলনৰ পৰিণতিত জন্ম হৈছিল এই বিশ্ববিদ্যালয়

এপ্ৰিল মাহত বিশ্ববিদ্যালয়খনত দিয়া হৈছে দুটা দিনৰ বন্ধ

১০ এপ্ৰিলত মহাবীৰ জয়ন্তী, ১৮ এপ্ৰিলত গুড ফ্ৰাইডেৰ বন্ধ

তালিকাত আছে মহৰম, দুৰ্গা পূজা, শিৱৰাত্ৰিৰো বন্ধ

বিশ্ববিদ্যালয়খনত আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু ছাত্ৰ-ছাত্ৰী

আছে অধ্যাপক-অধ্যাপিকা তথা বিষয়া-কৰ্মচাৰীও

এইসকল লোকেও বঞ্চিত হ’ব ৰঙালী বিহুৰ বন্ধৰ পৰা

অসমৰ এখন বিশ্ববিদ্যালয়ত বিহুত বন্ধ নিদিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

অসমৰ বাহিৰত এনে কৰাটো সম্ভৱনে বুলিও প্ৰশ্ন বিভিন্ন মহলৰ

Category