যোৰাবাটৰ যান-জঁটক লৈ সংবাদমেল DCPৰ

mrinmoy

যোৰাবাটৰ যান-জঁটক লৈ সংবাদমেল DCPৰ

‘NHAI নির্মাণকাৰ্য চলাৰ বাবে যাতায়তত অসুবিধা হৈছে’

‘মাৰোয়েটৰ সন্মুখৰ পেট্ৰ’ল পাম্পৰ সমীপত চলি আছে নিৰ্মাণকাৰ্য’

‘পুনৰ নিৰ্মাণ কাৰ্য চলি আছে পেট্ৰ’ল পাম্পৰ ৮০ মিটাৰ এলেকাৰ’

‘দ্বিতীয় পৰ্যায়ত হ’ব হনুমান মন্দিৰৰ সমীপত পুনৰ নিৰ্মাণৰ কাম’

‘তৃতীয়তে নিৰ্মাণ হ’ব CRPF কেম্পৰ সন্মুখৰ পথচোৱা’

‘যান-বাহন চলাচলক লৈ আৰক্ষীয়ে প্ৰদান কৰিছে নিদেৰ্শনা’

‘কলিয়াবৰৰ পৰা শোণিতপুৰ হৈ বাইহাটাৰে চলাচল কৰিব লাগিব গধুৰ বাহন’

‘মেঘালয়, মৰিগাঁৱৰ পৰা অহা গধুৰ বাহন দিনৰ ভাগত আহিব নোৱাৰিব’

‘নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব ৰখাই থোৱা বাহন’

‘সৰু সৰু বাহনসমূহ ডিগাৰুৰ পৰা আমছিং যোৰাবাট হৈও আহিব পাৰিব’

‘সোণাপুৰ সীমান্তৰ চামতাৰ ভিতৰৰে পবিতৰা মায়ঙ হৈও গুৱাহাটী আহিব পাৰিব’

‘দুমাহ ধৰি NHAIয়ে তিনিটা পৰ্যায়ত কৰিব ২৭ নম্বৰ ঘাইপথ মেৰামতিৰ কাম’

Category