আজিৰে পৰা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় মেলা, মহাকুম্ভমেলাক লৈ প্ৰয়াগৰাজত মহাআয়োজন...

mahakumbh

আজিৰে পৰা আৰম্ভ মহাকুম্ভমেলা

বিশ্বৰ ভিতৰত সৰ্ববৃহৎ এই ধৰ্মীয় মেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাআয়োজন

আজিৰে পৰা ৪৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব মেলা

ত্ৰিবেণী সংগমত স্নান কৰিব কোটি কোটি ভক্তই

সোমবাৰৰ দিনটোত ১.৫ কোটি ভক্তৰ সমাগমৰ সম্ভাৱনা

নিৰাপত্তাৰ দিশত বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা সমগ্ৰ অঞ্চলটোত

৫০ হাজাৰ আৰক্ষী জোৱান মোতায়েন সুৰক্ষা ব্যৱস্থাত

মেলাৰ বাবে ১২ হাজাৰ কোটি টকা ধাৰ্য চৰকাৰৰ

৪০ কোটি ভক্তৰ সমাগমৰ সম্ভাৱনা

ভক্তৰ সুৰক্ষাৰ বাবে যাৱতীয় পৰিকল্পনা সম্পন্ন

মুকলি কৰা হ’ল কুম্ভমেলা সহায়ক এপ্

য’ত থাকিব GPS সম্বলিত নিৰ্দেশনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ গ্ৰহণ কৰিব কুম্ভমেলাত

একপ্ৰকাৰৰ অৰ্ধ ভাৰতলৈ পৰিণত হ’ব প্ৰয়াগৰাজ

১৩ হাজাৰ ৰে’ল, ২৫০খন বিমানেৰে সংযুক্ত প্ৰয়াগৰাজ

Category