
মাত্ৰ এটা গোচৰতহে জামিন পাইছে বিশালে
বিশালৰ বিৰুদ্ধে আছে মুঠ তিনিটাকৈ গোচৰ
তাৰ্কিক বৰাৰ বিৰুদ্ধেও ৰুজু হৈ আছে দুটাকৈ গোচৰ
ডিব্ৰুগড় থানাত ৰুজু হোৱা ৩৫২/২৪ গোচৰতহে জামিন লাভ
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব বিশাল তাৰ্কিক
বৰবৰুৱা থানাৰ ৮৫/২৪ গোচৰত পোৱা নাই জামিন
দুলীয়াজান থানাৰ ১৯৮/২৪ গোচৰটো জামিন পোৱা নাই বিশাল-তাৰ্কিকে
Category
- Log in to post comments