আহি আছে সাগৰীয় ঘূৰ্ণী ‘ডানা’! ২৪-২৫ অক্টোবৰত ৰাজ্যত ঘূৰ্ণীৰ প্ৰভাৱ পৰাৰ আগজাননী....

dana

আহি আছে সাগৰীয় ঘূৰ্ণী ‘ডানা’
আজি নিশা ওড়িশা আৰু পশ্চিমবংগ উপকুলত প্ৰৱেশৰ সম্ভাৱনা
সাগৰীয় ঘূৰ্ণী ডানাৰ বাবে ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি
২৪-২৫ অক্টোবৰত দুয়োখন ৰাজ্যত ঘূৰ্ণীৰ প্ৰভাৱ পৰাৰ আগজাননী
ধাৰাষাৰ বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ
ঘণ্টাত ১২০ কিলোমিটাৰ বেগত আহিব ধুমুহা
২৩-২৫ অক্টোবৰলৈ ওড়িশাৰ ১৪খন জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা
২৬ অক্টোবৰলৈ পশ্চিমবংগৰ কেইবাখনো জিলাৰ বিদ্যালয়তো বন্ধ ঘোষণা
ঘূৰ্ণীক লৈ সষ্টম দুয়োখন ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ
সাজু কৰি ৰখা হৈছে সহস্ৰাধিক উদ্ধাৰকাৰী দল
সাজু হৈ থাকিবলৈ নিৰ্দেশনা ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ
প্ৰশাসনৰ সৈতে সকলো বিধায়কক যোগাযোগ স্থাপনৰ আহ্বান মুখ্যমন্ত্ৰীৰ
স্থাপন কৰা হৈছে ৫ হাজাৰৰো অধিক সাহায্য শিবিৰ

Category