
নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত তৃতীয় বৰ্গৰ পৰীক্ষা
পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল পৰীক্ষা
তৃতীয় বৰ্গত ৫ লাখ ৮ হাজাৰ ৯৮৯গৰাকী প্ৰাৰ্থী
পিছবেলা অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ চালক পদৰ পৰীক্ষা
১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা
চালক পদত ২ লাখ ৮ হাজাৰ ৯১গৰাকী প্ৰাৰ্থী
অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন চৰকাৰৰ
Category
- Log in to post comments