T-20ত স্থান লাভ ৰিয়ান পৰাগৰ....

riyan

 

বাংলাদেশৰ বিৰুদ্ধে T-20ত স্থান লাভ ৰিয়ানৰ

৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ T-20 শৃংখলা

দলটোৰ নেতৃত্ব দিব সূৰ্য কুমাৰ যাদৱে

দলটোত আছে সঞ্জু চেমছন, অভিষেক শৰ্মা, ৰিংকু সিং

দলটোত আছে হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে

দলটোত আছে ৱাছিংটন সুন্দৰ, ৰবি বিষ্ণই, বৰুণ চক্ৰৱৰ্তী

দলটোত আছে জিতেশ শৰ্মা, অৰ্শদীপ সিং,  হৰ্ষিত ৰাণা, মায়ংক যাদৱ

Category