পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান! খুলি দিয়া হ’ল বাঁহবাৰী ৰেঞ্জৰ মুখ্যদ্বাৰ....

manas national park

পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মাংগলিক অনুষ্ঠানৰে মুকলি মুখ্য প্ৰৱেশদ্বাৰ
খুলি দিয়া হ’ল বাঁহবাৰী ৰেঞ্জৰ মুখ্যদ্বাৰ
মুখ্যদ্বাৰ মুকলি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
উপস্থিত BTRৰ প্ৰধান প্ৰমোদ বড়ো
অংশ গ্ৰহণ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ

২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। শুকুৰবাৰে বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰত ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰিলে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিশ্ব পৰ্যটন দিৱসৰ দিনাই পৰ্যটকৰ বাবে মুকলি কৰা হ’ল মানাহ। মুকলিৰ পিছতেই ৰাষ্ট্ৰীয়খনত উখল-মাখল পৰিৱেশ। 

Category