ADREক লৈ নতুন SOP! এইবাৰ পৰীক্ষা শেষত পৰীক্ষাৰ্থীয়ে লগত নিব পাৰিব প্ৰশ্নকাকত....

ADRE

দেওবাৰে তৃতীয় বৰ্গৰ নিযু্ক্তি পৰীক্ষা
পৰীক্ষাৰ বাবে জাৰি নীতি-নিৰ্দেশনা
SLRC নিযুক্তি পৰীক্ষাক লৈ নিৰ্দেশনা জাৰি আয়োগৰ
পৰীক্ষাৰ্থীৰ লগত থাকিব লাগিব এডমিট কাৰ্ড, পৰিচয় পত্ৰ
পৰীক্ষাৰ্থীয়ে নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন
নিব পাৰিব স্কেল, পেঞ্চিল আৰু ৰবৰ
পৰীক্ষাৰ ডেৰঘণ্টা পূৰ্বে উপস্থিত হ’ব লাগিব পৰীক্ষা কেন্দ্ৰত
পৰীক্ষাৰ্থীক হাফ ছাৰ্ট আৰু শ্লিপাৰ পৰিধান কৰাৰ আহ্বান
পৰীক্ষা শেষ হোৱাৰ পিছত লগত নিব পাৰিব প্ৰশ্নকাকত
পৰীক্ষা শেষ হোৱাৰ পিছতো ৫ মিনিট থাকিব লাগিব পৰীক্ষা হলত

Category