৬নং দফা ৰূপায়ণক লৈ পুনৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন ভূপেন বৰাৰ...

bhupen

ন্ত্ৰীক প্ৰশ্ন ভূপেন বৰাৰ৬নং দফা ৰূপায়ণক লৈ পুনৰ মুখ্যম

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ৫৭টা পৰামৰ্শ মানি ল’ব ৰাজ্য চৰকাৰে

বাকী ১০টা পৰামৰ্শৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি?

অসমত উচ্চ সদনক লৈ কেন্দ্ৰৰে কি আলোচনা চলিছে?

লোকসভা, বিধানসভাত কিমান শতাংশ আসন সংৰক্ষণ কৰা হ’ল?

বিদেশী বিতাড়ণৰ বাবে বাংলাদেশৰে দ্বিপাক্ষিক আলোচনা কি পৰ্যায়ত?

এই সকলো প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে ভূপেন বৰাই

মুখ্যমন্ত্ৰীয়ে উত্তৰ নিদিয়াপৰ্যন্ত উত্থাপন কৰা হ’ব এই প্ৰশ্ন

Category