কাইলৈ অসহ্য গৰমে দহিব ৰাজ্যবাসীক! পাৰাস্তম্ভই ৩৮ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰাৰ সম্ভাৱনা.....

heatwave

কাইলৈ অসহ্য গৰমে দহিব ৰাজ্যবাসীক
শতিকাৰ ভিতৰত কাইলৈ সৰ্বাধিক গৰমৰ আগজাননী
আগজাননী বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ
পাৰাস্তম্ভই ৩৮ ডিগ্ৰী চেলছিয়াচ স্পৰ্শ কৰাৰ সম্ভাৱনা
প্ৰতিদিনেই বৃদ্ধি পাইছে পাৰাস্তম্ভ
মহানগৰীত আজি ৩৭ ডিগ্ৰী চেলছিয়াচ উষ্ণতা
গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ দুঃখবৰ
আগন্তুক ৪-৫ দিনলৈ নহ’ব বৰষুণ
গোলকীয় উষ্ণতাৰ বাবে উৰ্ধমুখী হৈছে পাৰাস্তম্ভ
 

Category