পুৱাৰে পৰা সূৰ্য দেৱতাৰ ৰুদ্ৰমূৰ্তি
প্ৰখৰ ৰ’দে বিপৰ্যস্ত কৰিছে সৰ্বসাধাৰণৰ জনজীৱন
প্ৰতিদিনে বৃদ্ধি পাইছে পাৰাস্তম্ভ
আগন্তুক ৩-৪ দিনত অধিক বৃদ্ধি পাব গ্ৰীষ্ম প্ৰবাহ
৩-৪ দিনলৈ ৰাজ্যত নাই বৰষুণৰ সম্ভাৱনা
গোলকীয় উষ্ণতাৰ বাবে উৰ্ধমুখী হৈছে পাৰাস্তম্ভ
৩-৪ দিনত পাৰাস্তম্ভ ৪২-৪৩লৈ বৃদ্ধিৰ সম্ভাৱনা
Category
- Log in to post comments