চাৰিদিন ধৰি GMCHত চিকিৎসাধীন অখিল গগৈ
শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল বিধায়কগৰাকীয়ে
চিকিৎসকৰ সৈতেও বাৰ্তালাপ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ
দুই-তিনিদিনৰ ভিতৰত ৰিলিজ দিয়া হ’ব অখিল গগৈক
ৰাজ্যৰ বাহিৰত চিকিৎসাৰ প্ৰয়োজন নাই
ভূমি সংশোধনী আইনক লৈও মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
মাজুলী আৰু নতুন ভূমি আইনক লৈ মন্তব্য
Category
- Log in to post comments