৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰত উজ্বলিল অসমৰ ৩খন ছবি....

flim award

২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰত উজ্বলিল অসমৰ ৩খন ছবি
চুটি ছবিৰ শিতানত নৱপম ডেকাৰ ‘শূন্যতা’লৈ ৰজত কমল
HM প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ৩০ মিনিট দৈৰ্ঘ্যৰ ‘শূন্যতা’
‘বিৰুৱালা-WITCH to PADMASREE’লৈ বিশেষ উল্লেখ মানপত্ৰ
আইমী বৰুৱা প্ৰডাকচনৰ অধীনত নিৰ্মিত চুটি ছবি ‘বিৰুৱালা’
‘হাড়গিলা’ শীৰ্ষক চুটি ছবিলৈও বিশেষ উল্লেখ মানপত্ৰ
A.I. ENTRAINMENTৰ বেনাৰত নিৰ্মিত চুটি ছবি ‘হাড়গিলা’
পাৰ্থ সাৰথি মহন্তৰ পৰিচালনাত নিৰ্মিত ‘হাড়গিলা’
‘এমুঠি পুঠি’ চলচ্চিত্ৰলৈ ৰজত কমল বঁটা
কুলনন্দিনী মহন্তৰ নিৰ্দেশনাত নিৰ্মিত এই কথাছবি

Category