আজিৰে পৰা আৰম্ভ অমৰনাথ ধাম তীৰ্থযাত্ৰা...

amarnath

উঃ কাশ্মীৰৰ বালতাল আৰু দঃ কাশ্মীৰৰ অনন্তনাগ অভিমুখে যাত্ৰা

আজি কাশ্মীৰৰ পৰা বালতাল, অনন্তনাগ শিবিৰলৈ হ’ব ৰাওনা

হিংসাজৰ্জৰ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বেষ্টনীত আৰম্ভ হ’ব যাত্ৰা

২৯ জুনত অমৰনাথ দৰ্শন কৰিব প্ৰথমটো তীৰ্থযাত্ৰীৰ দলে

শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কঠোৰ নিৰাপত্তা বেহু

বালতাল, অনন্তনাগ পথত ৩৮টা বৃহৎ সুৰক্ষাকৰ্মীৰ দল মোতায়েন

যাত্ৰাপথত গঢ়ি তোলা হৈছে বিশাল স্বাস্থ্যসেৱা ব্যৱস্থা

পেহেলগাম আৰু বালতালত নতুনকৈ নিৰ্মাণ কৰা হৈছে পথছোৱা

৬ লাখ শ্ৰদ্ধালুৰ বাবে মোতায়েন ৬৩৫টাকৈ অৰ্ধসামৰিক বাহিনীৰ কোম্পানী

অমৰনাথ যাত্ৰাৰ বাবে বুধবাৰৰ পৰাই জম্মুত আৰম্ভ হৈছে অফলাইন পঞ্জীয়ন

Category