
১৮ জুনত দেশজুৰি অনুষ্ঠিত হৈছিল UGC-NET পৰীক্ষা
প্ৰথমবাৰলৈ OMR শ্বীটত অনুষ্ঠিত হৈছিল UGC-NET পৰীক্ষা
ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ শংকা বিশ্লেষণকাৰী গোটৰ বিস্ফোৰক তথ্য
পোহৰলৈ আহিছে UGC-NET পৰীক্ষাৰ বিসংগতি
অৱশেষত পৰীক্ষা বাতিলৰ সিদ্ধান্ত ল’লে শিক্ষা মন্ত্ৰালয়ে
পৰৱৰ্তী সময়ত ঘোষণা হ’ব নতুন সময়সূচী
CBIক তদন্তৰ দায়িত্ব শিক্ষা মন্ত্ৰালয়ৰ!
Category
- Log in to post comments