প্ৰসংগঃ সুনীল গগৈৰ ৰহস্যজনক হত্যাকাণ্ড! হত্যাকাণ্ড সন্দৰ্ভত ন ন তথ্য ফাদিল...জানো আহক সবিশেষ.....

sunil

প্ৰসংগঃ সুনীল গগৈৰ ৰহস্যজনক হত্যাকাণ্ড
পোহৰলৈ আহিছে হত্যাকাণ্ড সন্দৰ্ভত ন ন তথ্য
ফৰেনচিক প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
অৰ্ধদগ্ধ মৃতদেহটো নাছিল সুনীল গগৈৰ
ঘনিষ্ঠ মিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে আছিল মৃতদেহটো
জাহাংগীৰ হুছেইনৰ পত্নীৰ বিস্ফোৰক অভিযোগ


সুনীল গগৈৰ পৰা ৫ লাখ টকা পাবলগীয়া আছিল জাহাংগীৰে
ঈদৰ সময়ত দিয়াৰ কথা আছিল জাহাংগীৰৰ পাবলগীয়া ধন
নিৰ্বাচনৰ সময়তো জাহাংগীৰক আহিবলৈ দিয়া নাছিল ঘৰলৈ
জাহাংগীৰৰ অৰ্ধদগ্ধ মৃতদেহ চমজাই দিয়া হৈছিল সুনীলৰ পৰিয়ালক
সুনীলৰ মৃতদেহ বুলি হিন্দু ৰীতি-নীতিৰে কৰা হৈছিল সৎকাৰ


এতিয়া জাহাঙ্গীৰৰ পৰিয়ালৰ লোক তথা পত্নীৰ প্ৰশ্ন যদি মৃতদেহটো সুনীল গগৈৰ বুলি নিশ্চিত নাছিল তেনেহ’লে কিয় মৃতদেহ চমজাই দিয়া হ’ল সুনীল গগৈৰ পৰিয়ালক? জাহাঙ্গীৰৰ মৃতদেহ কিয় হিন্দু ধৰ্মীয় ৰীতি নীতিৰ অন্তিম সৎকাৰ কৰা হ’ল বুলি প্ৰশ্ন পত্নীৰ।

Category