Ambubachi Mela 2024: ২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা! অম্বুবাচী মেলাক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰশাসনৰ....

ambubachi mela

অহা ২২ জুনৰ পৰা আৰম্ভ অম্বুবাচী মেলা আৰু অম্বুবাচীৰ অন্ত পৰিব ২৫ জুনত। অম্বুবাচী মেলাৰ বাবেই ভক্তসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যেই বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহি নীলাচলৰ বুকুত ভীৰ কৰাৰ পৰিলক্ষিত লৈছে।

kamakhya

মাজত মাত্ৰ ১০ দিন বাকী, তাৰ পাছতে প্ৰতিবছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব কামাখ্যা মন্দিৰৰ এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অম্বুবাচী মেলা।

উল্লেখ্য যে, অম্বুবাচী মেলাক লৈ বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনে। 

kamakhya

কি কি নিৰ্দেশনা জাৰি কৰা হৈছে?

১. বিগত বৰ্ষৰ দৰে এইবাৰ অম্বুবাচীতো নাথাকিব কোনো VIP পাছৰ ব্যৱস্থা, VIPয়েও দৰ্শন কৰিব লাগিব সাধাৰণ দর্শনাৰ্থীৰ দৰে। 

২. সন্ধিয়া ৮ বজাত বন্ধ কৰি দিয়া হ’ব কামাখ্যালৈ যোৱা পথ, নিশা বন্ধ কৰি দিয়া হ’ব পাণ্ডু ঘাটৰ পৰা অহা পথ।

৩. পাণ্ডু বন্দৰত হ’ব অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান।

kamakhya

৪. অতিথিৰ বাবে পাণ্ডু বন্দৰ ঘাটত থাকিব কেম্প। লগতে, কামাখ্যা জংচনৰ বিপৰীত দিশত থাকিব কেম্প।

৫. এইবাৰ য’তে ত’তে বিলাব নোৱাৰিব খাদ্য, লগতে য’তে ত’তে লগাব নোৱাৰিব দোকান।

Category