নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পূৰ্বে TDPৰ স্বৰ্ত.....

nda

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ তৎপৰ NDA
চৰকাৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে TDPয়ে দিছে স্বৰ্ত!
কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে TDPয়ে
৫ৰ পৰা ৬লৈ মন্ত্ৰীপদ বিচাৰিছে TDPয়ে
লোকসভাৰ অধ্যক্ষ পদো বিচাৰিছে TDPয়ে
সংসদত ১৬ জন সাংসদ আছে TDPৰ
JD(U)য়ে আনুষ্ঠানিকভাৱে NDAক সমৰ্থন দিব
সমৰ্থনৰ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কৰিব নীতিশ কুমাৰে
I.N.D.I.A ব্লকক সমৰ্থন নিদিয়ে নীতিশ কুমাৰে
‘I.N.D.I.A ব্লকলৈ উভতি যোৱাৰ এতিয়া সময় নাই’

Category