উত্তৰ, মধ্য ভাৰতকে ধৰি ভিন্ন প্ৰান্তত গ্ৰীষ্মৰ প্ৰকোপ....

assam

গ্ৰীষ্মপ্ৰৱাহত বিগত ৪ দিনত মৃত্যু ৩২০জনকৈ লোকৰ
উত্তৰ প্ৰদেশত নিহতৰ সংখ্যা ১০০জনলৈ বৃদ্ধি
বিহাৰত বিগত ৩ দিনত ৬৯জন লোকৰ মৃত্যু
ৰাজস্থানত নিহতৰ সংখ্যা ৬০জনলৈ বৃদ্ধি
ঝাৰখণ্ডত ৩৭, ওড়িশাত ১৮, মধ্যপ্ৰদেশত ২জনৰ মৃত্যু
ঝাৰখণ্ডত ১,৩২৬জন হিট ষ্ট্ৰ’কত আক্ৰান্ত হৈ চিকিৎসাধীন
১৪ ৰাজ্যত পুনৰ বতৰ বিজ্ঞানৰ সতৰ্কতা জাৰি
কাণপুৰত সৰ্বাধিক তাপমান ৪৮.২ ডিগ্ৰী চেলচিয়াছ
হাৰিয়ানাত তাপমান ৪৭.৮ ডিগ্ৰী চেলচিয়াছ!
 

Category