১৭ এপ্ৰিলত মোদী-ৰাহুলৰ ‘অপাৰেচন আছাম’! নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুয়োগৰাকী আহিব অসমলৈ........

politics

একেদিনাই অসমলৈ নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী
১৭ এপ্ৰিলত মোদী-ৰাহুলৰ ‘অপাৰেচন আছাম’
নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী জনসভা
বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ
যোৰহাট, ডিব্ৰুগড়ত ৰাহুলৰ নিৰ্বাচনী প্ৰচাৰ
গৌৰৱ গগৈৰ হৈ যোৰহাটত প্ৰচাৰ চলাব ৰাহুলে
দুপৰীয়া ১১ বজাত যোৰহাটত ৰাহুলৰ জনসভা
ডিব্ৰুগড়ত লুৰিণজ্যোতিৰ হৈ ৰণাংগনত নামিব ৰাহুল
বিয়লি ২ বজাত ডিব্ৰুগড়ত ৰাহুলৰ জনসভা

Category
Profile picture for user UB Photos