কংগ্ৰেছত খহনীয়া! কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে.......

ramen

দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি
প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলে জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে
গুৱাহাটী লোকসভাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল বৰঠাকুৰে
প্ৰাৰ্থিত্ব নোপোৱাক লৈ প্ৰকাশ কৰিছিল ক্ষোভ
কংগ্ৰেছত ধনৰ লেনদেনক লৈ সভাপতিৰে হৈছিল সংঘাত
কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আছিল ৰমেন বৰঠাকুৰ
২০০১ চনৰে পৰা কংগ্ৰেছৰে জড়িত আছিল বৰঠাকুৰ
সভাপতিলৈ মেছেজযোগে দল ত্যাগৰ ঘোষণা

Category
Profile picture for user UB Photos