দুদিনলৈ ৰাজ্যত বন্ধ হ’ব পে’ট্ৰল পাম্প! অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবত বন্ধ থাকিব পেট্ৰ’ল পাম্প.......

petrol pump

আপোনাৰ বাহনখনৰ বাবে আজিয়ে ক্ৰয় কৰি লওক পে’ট্ৰল। অন্যথা দুদিনলৈ নাপাব পে’ট্ৰল। কাইলৈৰ পৰা দুদিনলৈ সমগ্ৰ অসমৰ লগতে উত্তৰ-পূবত বন্ধ থাকিব পে’ট্ৰল পাম্প। কিন্তু কিয়? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন......

কাইলৈৰ পৰা দুদিনলৈ ৰাজ্যত বন্ধ থাকিব পে’ট্ৰল পাম্প
৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱালৈ বন্ধ থাকিব পাম্প
অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবত বন্ধ থাকিব পেট্ৰ’ল পাম্প
নৰ্থ-ইষ্ট ইণ্ডিয়া পে’ট্ৰলিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ এই ঘোষণা
কেইবাটাও দাবীৰে পেট্ৰ’লিয়াম এছ’ছিয়েচনৰ প্ৰতিবাদ
৮ বছৰে বঢ়া নাই পেট্ৰ’লিয়াম ডিলাৰৰ কমিছন
ব্যাপক প্ৰতিবাদৰ পিছতো কাণসাৰ নাই তেল কোম্পানীৰ
ডিজিটেল লেন-দেন প্ৰক্ৰিয়া উঠাই লোৱাৰ আহ্বান

Category
Profile picture for user UB Photos