অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিশিষ্ট সংগীতশিল্পী নন্দ বেৰ্নাজীৰ দেহাৱসান
৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সংগীত পৰিচালকগৰাকীৰ
বিগত কিছুদিন ধৰি হৃদৰোগত ভুগি আছিল শিল্পীগৰাকী
নিশা হঠাৎ অধিক অসুস্থ হৈ পৰিছিল সুৰকাৰগৰাকী
বোলছবি ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই গৈছে বেনাৰ্জীয়ে
নন্দ বেৰ্নাজীয়ে সংগীত পৰিচালনা অন্তিম ছবি ‘জনক নন্দিনী’
দীৰ্ঘদিন ধৰি সংগীত পৰিচালনাৰ দায়িত্বত আছিল বেৰ্নাজী
গীতানগৰস্থিত KGMT হস্পিতালত শেষ নিশ্বাস ত্যাগ
সংগীতৰ লগতে সক্ৰিয় ৰাজনীতিতো জড়িত আছিল বেনাৰ্জী
প্ৰথমে কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত আছিল। পাছলৈ AGP Vice President আছিল নন্দ বেৰ্নাজীৰ। প্ৰফুল্ল মহন্তৰ দিনত লগতে AGP ৰ ভাষিক সংখ্যালঘু কোষৰ সভাপতি আছিল বেৰ্নাজী।
- Log in to post comments