শীঘ্ৰে দেশজুৰি বলৱৎ হ’ব CAA! কেন্দ্ৰৰ সেউজ সংকেতৰ পিছতে তৎপৰ ৰাজ্য চৰকাৰসমূহ......

CAA

শীঘ্ৰে দেশজুৰি বলৱৎ হ’ব CAA
চলিত সপ্তাহতে CAA বলৱতৰ সম্ভাৱনা
কেন্দ্ৰৰ সেউজ সংকেতৰ পিছতে তৎপৰ ৰাজ্য চৰকাৰসমূহ
অসমতো চলিত সপ্তাহতে বলৱৎ হ’ব CAA!
সষ্টম কৰি তোলা হৈছে অসম আৰক্ষীক
সংবেদনশীল অঞ্চলত আৰক্ষীৰ শেনচকু
বিশেষভাৱে তৎপৰ হৈ পৰিছে আৰক্ষীৰ বিশেষ শাখা
দল-সংগঠনৰ প্ৰতিবাদ নিৰ্মূলৰ ৰণকৌশল
বিভিন্ন সংগঠনৰ আন্দোলনৰ হুংকাৰ

Category
Profile picture for user UB Photos