বিধায়ক পদ হেৰুৱাব পাৰে দুই কংগ্ৰেছীয়ে! কোনে কোনে বিধায়ক পদ হেৰুৱাব?.........

congress

বিধায়ক পদ হেৰুৱাব পাৰে দুই কংগ্ৰেছীয়ে
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য
যিকোনো মুহূৰ্তত খাৰিজ হ’ব পাৰে বিধায়ক পদ
কংগ্ৰেছৰ বিধায়িনী দলে আবেদন জনাব বিধানসভাৰ অধ্যক্ষক

তথ্য প্ৰমাণ সহকাৰে অধ্যক্ষক দিয়া হ’ব : দেৱব্ৰত শইকীয়া
চাৰ্টিফাইড কপি লাগে বাবে অলপ সময় লৈছো
নুৰুল হুদা সন্দৰ্ভতো মন্তব্য দেৱব্ৰত শইকীয়াৰ
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাসৰ বিৰুদ্ধে কঠোৰ কংগ্ৰেছ

উল্লেখ্য যে, বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে নাটকীয়ভাৱে মূখ্যমন্ত্ৰীৰ কাম-কাজৰ প্ৰসংশাৰ লগতে বিজেপি চৰকাৰক সমৰ্থন জনাইছিল। দুয়োগৰাকী বিধায়কে সদনৰ বাহিৰে-ভিতৰে সতীৰ্থ কংগ্ৰেছ বিধায়কৰ লগতে কংগ্ৰেছৰ নেতৃত্বক তীব্ৰ সমালোচক কৰিছিল। 

Category
Profile picture for user UB Photos