APSCৰ ২০২২ বৰ্ষত উত্তীৰ্ণ ৬৫ গৰাকী APS প্ৰাৰ্থীৰ নথি পুনঃৰীক্ষণৰ নিৰ্দেশনা....

APSC

APSCৰ ২০২২ বৰ্ষৰ APS উত্তীৰ্ণ প্ৰাৰ্থীলৈ বিশেষ নিৰ্দেশনা
৬৫ গৰাকী APS প্ৰাৰ্থীলৈ নিৰ্দেশনা জাৰি গৃহ বিভাগৰ
আজি জনতা ভৱনৰ কনফাৰেন্স হলত উপস্থিত হোৱাৰ নিৰ্দেশ
নথি পুনঃৰীক্ষণৰ বাবে উপস্থিত হ’ব লাগিব
দিনৰ ১১ বজাত উপস্থিত হ’ব লাগিব ৩৩ প্ৰাৰ্থীয়ে
আন ৩২ প্ৰাৰ্থীৰ দুপৰীয়া ১ বজাৰ পৰা পুনঃৰীক্ষণ কৰা হ’ব নথি
গৃহ বিভাগত জমা দিব লাগিব মাৰ্কশ্বীট, জন্মৰ প্ৰমাণ পত্ৰ
পূৰ্বৰ সেৱাৰ পৰা মুকলি কৰি দিয়া নথিও দিব লাগিব জমা

Category

Related Articles