২৯ ফেব্ৰুৱাৰীৰ পিছত যিকোনো সময়ত বন্ধ হৈ পৰিব পাৰে paytm সেৱা! কিন্তু কিয়?..........

paytm

RBI য়ে paytm সেৱাক লৈ নতুন নিৰ্দেশ জাৰি কৰিছে।  অহা ২৯ ফেব্ৰুৱাৰীৰ পিছত কোনো লোকৰ ধন জমা ল'ব নোৱাৰিব। 

paytm paments bank limited য়ে নতুন গ্ৰাহকৰ পৰা ধন জমা তৎকালীনভাৱে কাৰ্যকৰী হোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

এক প্ৰেছ বিবৃতিত RBI কয় যে, ইতিমধ্যেই  paytm ৰ বিৰুদ্ধে RBI য়ে অমান্যতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়েহে, ২৯ ফেব্ৰুৱাৰীৰ পিছত কোনেও গ্ৰাহকৰ একাউন্ট, ৱালেটত কোনা ধৰণৰ ধনৰ লেনদেন কৰিব নোৱাৰিব।

RBI ৰ এই নিৰ্দেশৰ পিছতে বুধবাৰে paytm ৰ  শ্বেয়াৰত ধুমুহাৰ সৃষ্টি হয়।

Category
Profile picture for user UB Photos