চতুৰ্থবাৰলৈ EDৰ চমনৰ সন্মুখীন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ........

arvind

পুনৰ অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন
চতুৰ্থবাৰলৈ EDৰ চমনৰ সন্মুখীন দিল্লীৰ মুখ্যমন্ত্ৰী
আৱকাৰী কেলেংকাৰিৰ তদন্তৰ সোধা-পোছাৰ বাবে তলৱ
পূৰ্বৰ তিনিবাৰৰ চমন অগ্ৰাহ্য কৰিছে কেজৰিৱালে
চতুৰ্থবাৰ চমনৰ পিছত কেজৰিৱালৰ প্ৰতিক্ৰিয়া
‘বিজেপিয়ে অপব্যৱহাৰ কৰিছে কেন্দ্ৰীয় সংস্থাক’
কেজৰিৱালৰ বিৰুদ্ধে ৬টাকৈ অভিযোগ আনিছে EDএ

Category
Profile picture for user UB Photos