নতুন বৰ্ষত অসমবাসীলৈ ভাল খবৰ! ১২ বছৰীয়া আলফা-চৰকাৰৰ শান্তি আলোচনা........

ulfa

নৱবৰ্ষতে অসমলৈ আহিব পাৰে ভাল খবৰ
শেষ পৰ্যায়ত ১২ বছৰীয়া আলফা-চৰকাৰৰ শান্তি আলোচনা
জানুৱাৰীৰ মাজভাগতেই শান্তিচুক্তিৰ সম্ভাৱনা
নতুন দিল্লীত আলফাৰ ২ শীৰ্ষ নেতা
অনুপ চেতিয়া, শশধৰ চৌধুৰী উপস্থিত দিল্লীত
অসমৰ গৃহ বিভাগৰ এটা দলো উপস্থিত দিল্লীত
প্ৰস্তাৱিত খচৰা সম্পূৰ্ণ কৰাৰ বাবেই দিল্লীত আলফা নেতা
খচৰাত অসম চুক্তিৰ ৬নং দফাত গুৰুত্ব
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰো দাবী আলফাৰ
কেন্দ্ৰ-ৰাজ্য-আলফাৰে হ’ব ত্ৰিপাক্ষিক বৈঠক
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হ’ব শান্তি চুক্তি
চুক্তি স্বাক্ষৰ অনুষ্ঠানত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ
২০১১ চনৰ পৰা আৰম্ভ হৈছিল শান্তি চুক্তি প্ৰক্ৰিয়া
শীঘ্ৰেই দিল্লীত উপস্থিত হ’ব আন কেইবাগৰাকীও আলফা নেতা
 

Category