
সংসদৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ ত্ৰুটি
দৰ্শকৰ গেলাৰীৰ পৰা সাংসদৰ মাজলৈ জাঁপ যুৱকৰ
লোকসভাৰ মজিয়াত অভূতপূৰ্ব পৰিস্থিতি
সাংসদ-নিৰাপত্তাৰক্ষীৰ মাজত হুৱাদুৱা
গেলাৰীৰ পৰা জপিয়াই সাংসদৰ মাজত এজন যুৱক
আনজনে দলিয়ালে গেছভৰ্তি কণ্টেইনাৰ
হালধীয়া ধোঁৱাই আৱৰি ধৰিলে সদনৰ মজিয়া
যুৱকদ্বয়ক ধৰিবলৈ সাংসদৰ মাজত লৰাঢপৰা
নিৰাপত্তাৰক্ষীয়েও তৎপৰতাৰে কৰায়ত্ত কৰে ২ যুৱকক
সংসদৰ বাহিৰতো প্ৰতিবাদ দুই যুৱক-যুৱতীৰ
হালধীয়া ধোঁৱা স্প্ৰে কৰি প্ৰতিবাদ যুৱক-যুৱতীৰ
ট্ৰান্সপ’ৰ্ট ভৱনৰ সন্মুখত উত্তেজনাময় পৰিস্থিতি
ঘটনাক লৈ সৃষ্টি হৈছে দেশজুৰি চাঞ্চল্য
সংসদ ভৱনৰ বৰ্ষপূৰ্তিৰ দিনটোতে অনাকাংক্ষিত ঘটনা
- Log in to post comments