প্ৰসংগঃ আলফা (স্বাঃ)ত সাংবাদিকৰ যোগদান, ঘটনাক লৈ নাহৰকটীয়াৰ ২ সাংবাদিকক জেৰা......

ULFA

প্ৰসংগঃ আলফা (স্বাঃ)ত সাংবাদিকৰ যোগদান
ঘটনাক লৈ নাহৰকটীয়াৰ ২ সাংবাদিকক জেৰা
সাংবাদিক বুলন কুমাৰ শইকীয়া, সীমান্ত ভাগৱতীক সোধা-পোছা
জেৰা নামৰূপৰ উপ-আৰক্ষী অধীক্ষকৰ

উল্লেখ্য যে, সাংবাদিক বিদ্যু মহন্ত আলফা স্বাধীনলৈ যোৱাৰ পাছতেই বৃহস্পতিবাৰে নাহৰকটীয়াত দুজন সাংবাদিক ক্ৰমে বুলন কুমাৰ শইকীয়া আৰু সীমন্ত ভাগৱতীক আৰক্ষীয়ে সোধা-পোছা কৰে। নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই দুয়োজন সাংবাদিকক সোধ পোছ কৰি যাবলৈ দিয়ে তেওঁলোকক। দুয়োগৰাকী সাংবাদিকৰ পৰা কি তথ্য লাভ কৰিলে সেয়া বৰ্তমানো ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। 
 

Category