
সাময়িক বিৰতিৰ পিছত পুনৰ আৰম্ভ উত্তৰাখণ্ডত উদ্ধাৰ অভিযান
ভগ্ন সুৰংগত আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ
ড্ৰিলিং মেচিনত বিসংগতিৰ বাবে স্তব্ধ হৈছিল উদ্ধাৰ অভিযান
যু্দ্ধৰ গতিৰে মেৰামতি ড্ৰিলিং মেচিনৰ
পুনৰ আৰম্ভ হ’ল খনন কাৰ্য
আৰু ১৪ মিটাৰ খান্দিলেই পোৱা যাব শ্ৰমিকসকলক
আজিৰ ভিতৰতে উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ আশা
Category
- Log in to post comments