২০২৪ ত কোন হ'ব প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী? সবিশেষ......

political

২০২৪ ত দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব? নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী? 
কংগ্ৰেছ VS বিজেপি মহাৰণ 

সময় চমু চাপি অহাৰ লগে লগে কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব তাকলৈ তৎপৰ হৈছে শাসক বিৰোধী। বিজেপিৰ দাবী 
মোডীয়েই হ'ব পৰবৰ্তী প্ৰধানমন্ত্ৰী, কেৱল আনুষ্ঠানিকতা বাকী: ভবেশ কলিতা

ইফালে কংগ্ৰেছৰ সপোন 
ৰাহুল গান্ধী হ'ব ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী!দেশৰ জনতাই ৰাহুল গান্ধীৰ সপক্ষত দিব ভোট: জাকিৰ হুছেইন শিকদাৰ 
 
পিছে কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী, জনতাই কাক দিব ভোট, নিৰ্বাচনৰ সময়তহে হ’ব স্পষ্ট।         

Category