ৰঙাপৰাত শোকাৱহ ঘটনা, বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা...

Elephant

ৰঙাপৰাত শোকাৱহ ঘটনা

বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

জামুনবিল গাঁৱত নিশা সংঘটিত এই ঘটনা

মৃত মহিলাগৰাকী ৰিতামণি ইন্দুৱা

হাতীৰ গচকত মৃত্যু মহিলাগৰাকীৰ

ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত জামুনবিল গাঁওত নিশা সংঘটিত হয় ঘটনা। খাদ্যৰ সন্ধানত নিশা ওলায় অহা এটা বন্যহস্তীয়ে শুই থকা আৱস্থাত ৫০ বছৰীয়া ৰিতামনি ইন্দুৱাৰ নামৰ মহিলা গৰাকীক গছকি হত্যা কৰে। এমাহৰ ভিতৰতে জামুনবিল গাঁৱত বন্যহস্তীৰ আক্ৰমনত দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ গাঁৱখনৰ ৰাইজে বন বিভাগক বন্যহস্তী জাকটো পুণৰ বনাঞ্চলৈ খেদি পঠিয়াবলৈ দাবী জনাইছে ৷

Category
Profile picture for user UB Photos