Bharat Ratna Awards 2024

ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতৰত্ন প্ৰদান সমাৰোহ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫ বিশিষ্ট ব্যক্তিক প্ৰদান কৰিব ভাৰতৰত্ন
২০২৪ বৰ্ষত ৫ বিশিষ্ট ব্যক্তিক দিয়া হ’ব দেশৰ সৰ্বোচ্চ সন্মান
সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে ৰাষ্ট্ৰপতি ভৱনত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান
প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙলৈ ভাৰতৰত্ন
প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওলৈও ভাৰতৰত্ন
কৃষি বিজ্ঞানী এম এছ স্বামীনাথনকো ভাৰতৰত্ন
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰলৈও ভাৰতৰত্ন
মৰণোত্তৰভাৱে চাৰিওজনকে প্ৰদান কৰা হ’ব সৰ্বোচ্চ অসামৰিক সন্মান