Hygine

UNICEFৰ গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, বৈশ্বিক স্তৰত ২.৩ আৰৱ লোকৰ হাতত নাই হাত ধুবলৈ পানী আৰু চাবোন। অৰ্থাৎ দহ জন লোকৰ ভিতৰত ৩জনৰেই নাই হাত ধুৱা পানী আৰু চাবোন যোগাৰ কৰাৰ সামৰ্থ্য।

বিশ্ব ‘হেন্ডৱাছিং দে’ৰ দিনা UNICEFএ সংযুক্ত ৰাষ্ট্ৰৰ এজেন্সিৰ দ্বাৰা জনাই যে, বিশ্বৰ ২.৩ আৰৱ লোকৰ হাতত নুণ্যতম হাতখন পৰিস্কাৰ কৰি ৰাখিব পৰা সুবিধাকনো নাই। উন্নয়নশীল দেশৰ বাবে ই অতিকৈ দুখদায়ক। য’ত দহ জন লোকৰ ভিতৰত ৬ জনৰেই নাই নিজকে পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ সুবিধা।