RSS

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ RSS প্ৰধান ডাঃ মোহন ভাগৱত

মাজুলীত সত্ৰাধিকাৰ-সন্ত সন্মিলনত ল’ব অংশ

RSS প্ৰধানক আদৰিবলৈ সাজু মাজুলী

দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ আহি আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত। অহা ২৭ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়াকৈ মাজুলীত কেবাটাও কাৰ্যসূচীত সৰসংঘচালক গৰাকীয়ে অংশগ্ৰহণ কৰিব ৷