বিশ্ব হিন্দু কংগ্ৰেছৰ মহাসভাত 'এক বিশ্ব, এক পৰিয়ালৰ' RSS প্ৰধান মোহন ভাগৱত...

RSS Leader Mohan Bhagwat in Bangkok

এক বিশ্ব, এক পৰিয়ালৰ দৰ্শন ব্যাখ্যা কৰা RSS প্ৰধানৰ

বিশ্ব হিন্দু কংগ্ৰেছৰ মহাসভাত ব্যাখ্যা মোহন ভাগৱতৰ

বেংককত অনুষ্ঠিত মহাসভাত গুৰুত্বপূৰ্ণ মন্তব্য ভাগৱতৰ

বসুবৈধ কুটুম্বকম অন্তৰ্নিহত অৰ্থৰে মোহন ভাগৱতৰ আহ্বান

বিশ্বত সমগ্ৰ হিন্দু একত্ৰিত হৈ সংস্কৃতিৰ ধ্বজা বহন কৰিছে

ধৰ্ম বিজয়ৰ কৰ্তব্য নিষ্ঠাই বিশ্ব সম্প্ৰদায়ৰে সম্প্ৰীতি আনিব

তিনিদিনীয়া কাৰ্যসূচীৰে বেংককত অনুষ্ঠিত হৈছে বিশ্ব হিন্দু কংগ্ৰেছৰ মহাসভাবিশ্বৰ বিভিন্ন প্ৰান্তত হিন্দু সম্প্ৰদায় সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সমাধান সূত্ৰৰ বাবে মন্থন চলিছে বেংকক মহাসভাতবিশ্ব হিন্দু ফাউণ্ডেচনৰ উদ্যোগত তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে এই মহাসভাবেংককত অনুষ্ঠিত এই মহাসভাত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ ওপৰত হিন্দু সম্প্ৰদায়ৰ গুৰু দায়িত্বক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় RSS প্ৰমুখ মোহন ভাগৱতে। 

Category
Profile picture for user UB Photos