Hugging Benefits

আমি সকলোৱে নিজৰ ল'ৰা-ছোৱালীক, মাতৃ-পিতৃক, বন্ধু-বান্ধৱীক আৰু প্ৰিয়জনক আলিংগন কৰিছে। কিন্তু আলিংগন কৰিলে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কিমান লাভ হয়, সেই বিষয়ে নাজানো। 

আজি আমি আপোনালোকক জনাব বিচাৰিছো আলিংগনৰ কিছু উপৰাকীতাৰ বিষয়ে-

প্ৰেমৰ ক্ষেত্ৰতেই হওক, শাৰীৰিক বা মানসিক ক্ষেত্ৰতেই হওক আলিংগন প্ৰতিগৰাকী লোকৰ বাবে যথেষ্ট উপকাৰী হয়। যেতিয়া কোনো এজন লোকক সাৱটি ধৰা যায় তেতিয়া ই হৃদয় আৰু মনক শান্তি দিয়ে। আলিংগন আৱেগ প্ৰকাশৰ এটা সুন্দৰ উপায়।