SCERT

প্ৰসংগঃ SCERTৰ ১০৫ কোটি টকীয়া কেলেংকাৰি। সম্প্ৰতি ৪ অভিযুক্তক সোধা-পোছা ভিজিলেঞ্চৰ দলটোৰ। ৪ অভিযুক্তক পুনৰ ভিজিলেঞ্চৰ জিম্মাত বিচৰাৰ সম্ভাৱনা। এইবাৰ AAP ৰ নেতা বিদ্যুৎ কলিতালৈ CM ভিজিলেঞ্চৰ চমন। শীঘ্ৰেই জেৰাৰ সন্মুখীন হ'ব বিদ্যুৎ কলিতা। AAPৰ নেতা বিদ্যুৎ কলিতাৰ ঘৰ মিৰ্জাত। উল্লেখ্য যে আদালতত হাজিৰ ৪ অভিযুক্তক। অভিযুক্তক পুনৰ ৪ দিনৰ বাবে জিম্মাত বিচাৰি আৱেদন জনাব ভিজিলেঞ্চে।