প্ৰসংগঃ মহানগৰীৰ শিশু নিৰ্যাতন। ৰাজ্য কঁপাইছিল মহানগৰীৰ শিশু নিৰ্যাতনৰ ঘটনাই। তুলি লোৱা সন্তানক কৰা নিৰ্যাতনত অভিযুক্ত চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত এতিয়াও কাৰাগাৰত আৱদ্ধ। শেহতীয়াকৈ সংগীতা দত্তৰ এটি মন্তব্যই ঘটনাটিক পুনৰ এক নতুন মোৰ দিছে। সংগীতা দত্তৰ ভাষ্য-' মই আৰু মোৰ স্বামী নিৰ্দোষী। দোষী সোনকালেই ধৰা পৰিব। আমি এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছো। কিন্তু আপোনালোকৰ এই বাইদেউ গৰাকী পৰা নাই। আপোনালোকে মাথো ধৈৰ্য্য ধৰক আপেক্ষা কৰক আপু প্ৰাৰ্থনা কৰক।'
- Today is: