Smartcityflood

বৰষুণ নোহোৱাকৈয়ে হঠাৎ পানীৰে বুৰিল গুৱাহাটী মহানগৰীৰ ৰাজপথ। মহানগৰীৰ আমবাৰী অঞ্চলৰ ৰাজপথত পানীক লৈ সৃষ্টি হ’ল তীব্ৰ কৌতূহলৰ। হঠাৎ হোৱা এই পানীৰ বাবে অঞ্চলটোত সৃষ্টি হয় ব্যাপক যান-জঁটৰ। পৌৰ নিগমৰ অকৰ্মণ্যতাৰ বাবে অঞ্চলটোত পানীৰ পাইপ ফুটি প্লাবিত হৈ পৰে ৰাজপথ।