বৰষুণৰ বাবে নহয় এইবাৰ পানীৰ পাইপ ফুটি বুৰিল স্মাৰ্ট চিটি !!!

Flood

বৰষুণ নোহোৱাকৈয়ে হঠাৎ পানীৰে বুৰিল গুৱাহাটী মহানগৰীৰ ৰাজপথ। মহানগৰীৰ আমবাৰী অঞ্চলৰ ৰাজপথত পানীক লৈ সৃষ্টি হ’ল তীব্ৰ কৌতূহলৰ। হঠাৎ হোৱা এই পানীৰ বাবে অঞ্চলটোত সৃষ্টি হয় ব্যাপক যান-জঁটৰ। পৌৰ নিগমৰ অকৰ্মণ্যতাৰ বাবে অঞ্চলটোত পানীৰ পাইপ ফুটি প্লাবিত হৈ পৰে ৰাজপথ।

Category
Profile picture for user UB Photos