Shubman Gill Century

আজি ভাৰত বনাম নিউজীলেণ্ডৰ তৃতীয় এদিনীয়াত নিউজীলেণ্ডে টচ জিকি প্ৰথম বলিং কৰাৰ সিদ্ধান্ত লয়। অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলে ফীল্ডত প্ৰৱেশ কৰিয়েই দূৰ্দান্ত বেটিং প্ৰদৰ্শন কৰে। ৰোহিত শৰ্মাই ৮৩ বলত শতক আৰু শুভমন গীলে ৭২ টা বলত শতক অৰ্জন কৰে।