Leopard Dead

যোৱা ২৬ ডিচেম্বৰত যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আৱাসিক এলেকাত ত্ৰাসৰ সৃষ্টি কৰিছিল এটা নাহৰফুটুকীয়ে। নাহৰফুটুকীটো ২৭ ডিচেম্বৰৰ পুৱা ট্ৰেংকুলাইজ কৰা হৈছিল। ১৬জনকৈ লোক আহত হৈছিল নাহৰফুটুকীটোৰ আক্ৰমণত।