বেয়া খবৰ! যোৰহাটত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটোৰ মৃত্যু

Leopard

যোৱা ২৬ ডিচেম্বৰত যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আৱাসিক এলেকাত ত্ৰাসৰ সৃষ্টি কৰিছিল এটা নাহৰফুটুকীয়ে। নাহৰফুটুকীটো ২৭ ডিচেম্বৰৰ পুৱা ট্ৰেংকুলাইজ কৰা হৈছিল। ১৬জনকৈ লোক আহত হৈছিল নাহৰফুটুকীটোৰ আক্ৰমণত।


শেষত ট্ৰেংকুলাইজ কৰা নাহৰফুটুকীটো কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যু হয় নাহৰফুটুকীটোৰ।

 

Category
Profile picture for user UB Photos