Workdcup

কাটাৰ বিশ্বকাপ ফুটবলৰ ফাইনেলত আৰ্জেণ্টিনা বনাম ফ্ৰান্স। মৰক্কোক হৰুৱাই ফাইনেলত প্ৰৱেশ ফ্ৰান্সৰ। ১৮ ডিচেম্বৰত হ'বলগীয়া ফাইনেললৈ এতিয়া সকলোৱে বাচ চাই আছে অধীৰ আগ্ৰহেৰে। উল্লেখ্য যে এই ফাইনেলেই হ'ব ফুটবলৰ মহাতাৰকা মেছিৰ অন্তিম খন খেল।