Siner

অসমীয়া সংগীত জগতৰ প্ৰবীণ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই যুৱ প্ৰজন্মৰ হাৰ্থ থ্ৰব জুবিন গাৰ্গে নতুনকৈ গোৱা এটা পুৰণি গীতক লৈ কৰা মন্তব্যক লৈ চৰ্চা অব্যাহত আছে। নলবাৰীত কণ্ঠশিল্পী দ্বীপেন বৰুৱাই কৈছিল যে জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গাইছে